সিংঘুৰ-কৃষক-বিজয়ৰ-আনন্দ-উৎসৱ-কিন্তু-সংগ্ৰামৰ-বাট-দীঘলীয়া

Sonipat, Haryana

Dec 03, 2021

সিংঘুৰ কৃষক: ‘বিজয়ৰ আনন্দ-উৎসৱ, কিন্তু সংগ্ৰামৰ বাট দীঘলীয়া’

সিংঘু সীমান্তত কৃষক আন্দোলনৰ এবছৰীয়া বৰ্ষপূৰ্তিত উভৈনদী কৃষকে আইন তিনিখনৰ প্ৰত্যাহাৰৰ কথা কৈছে, জয় আৰু যাতনাৰ কথা সুঁৱৰিছে আৰু আগন্তুক সংগ্ৰামৰ কথা কৈছে

Translator

Pankaj Das

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

Amir Malik

আমীৰ মালিক এগৰাকী মুক্ত সাংবাদিক আৰু ২০২২ৰ এগৰাকী পাৰি ফেলো।

Translator

Pankaj Das

পংকজ দাস পাৰিৰ অসমীয়া ভাষা সম্পাদক আৰু ইউনিচেফ অসমৰ অনুবাদক। তেওঁ আজৰি পৰত idiomabridge.blogspot.com-ত লিখে।