সাধাৰণজনৰ-জীৱন-কাহিনীৰে-শিক্ষণ-শিকন

Mumbai, Maharashtra

Sep 26, 2022

সাধাৰণজনৰ জীৱন-কাহিনীৰে শিক্ষণ-শিকন

দেশৰ চুকে-কোণে হাজাৰ হাজাৰ শিক্ষাৰ্থীয়ে আজি পাৰি এজুকেচনৰ যোগেদি গ্ৰামীণ ভাৰতখনৰ গভীৰতাত সোমাই সুক্ষ্ম স্তৰত জানিব-বুজিব পাৰিছে, তেওঁলোকৰ ভাষ্য শুনিবলৈ এই ভিডিঅ'টো চাওক

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

PARI Education Team

আমি গ্ৰাম্য ভাৰত আৰু উপান্ত শ্ৰেণীৰ ষ্ট’ৰিবোৰ মূলধাৰাৰ শিক্ষা পাঠ্যক্ৰমলৈ আনো। নিজৰ চৌপাশক লৈ ৰিপ’ৰ্টিং আৰু নথিভুক্তকৰণ কৰিব বিচৰা যুৱচামৰ সৈতে কাম কৰি, তেওঁলোকক পথপ্ৰদৰ্শন কৰি, প্ৰশিক্ষণ দি সাংবাদিকতাৰ আৰ্হিৰে ষ্ট’ৰিটেলিং কৰিবলৈ শিকাও। আমি এয়া ছুটি পাঠ্যক্ৰম, ছেচন আৰু কৰ্মশালা আৰু শিক্ষাৰ্থীক সৰ্বসাধাৰণৰ জীৱনবোৰ ভালকৈ অনুধাৱন কৰিব পৰাকৈ পাঠ্যক্ৰম প্ৰস্তুতিত সহায় কৰোঁ।

Translator

Manoranjan Majumder

মনোৰঞ্জন মজুমদাৰ এজন পেছাদাৰী অনুবাদক ৷ তেওঁ অৱসৰ সময়ত চিনেমা চাবলৈ আৰু কিতাপ পঢ়িবলৈ ভাল পায় ৷