সময়মতে-চিলাব-পৰা-নাই-বেংগালুৰুৰ-দৰ্জীয়ে

Paschim Medinipur, West Bengal

Apr 14, 2021

সময়মতে চিলাব পৰা নাই বেংগালুৰুৰ দৰ্জীয়ে

তলাবন্ধত উপাৰ্জনহীন হৈ পৰা বেংগালুৰুৰ আব্দুল চাত্তাৰ তথা আন সূচিশিল্পকাৰসকল পশ্চিমবংগৰ নিজ গাঁৱলৈ উভতি যোৱাৰ বাবে উদগ্ৰীৱ হৈ পৰিছিল। গাঁৱতো এতিয়া কাম নাই, চাত্তাৰে সেয়ে পুনৰ বেংগালুৰুলৈ উভতি অহাৰ কথা ভাবিছে

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

Smitha Tumuluru

স্মিতা টুমুলুৰু বাংগালুৰুৰ এগৰাকী ডকুমেণ্টৰী ফটোগ্ৰাফাৰ। তামিলনাডুৰ উন্নয়ন প্ৰকল্পক লৈ কৰা তেওঁৰ পূৰ্বৰ কামে গ্ৰাম্য জীৱন বিষয়ক সাংবাদিকতাত তেঁও কিমান সংবেদনশীল সেয়া স্পষ্ট কৰি তোলে।

Translator

Pankaj Das

পংকজ দাস পাৰিৰ অসমীয়া ভাষা সম্পাদক আৰু ইউনিচেফ অসমৰ অনুবাদক। তেওঁ আজৰি পৰত idiomabridge.blogspot.com-ত লিখে।