সংক্ৰান্তিৰ-সময়ত-গুজৰাটৰ-আকাশ-ৰঙীন-কৰা-চিলা-নিৰ্মাতাসকল

Ahmedabad, Gujarat

Jan 14, 2022

সংক্ৰান্তিৰ সময়ত গুজৰাটৰ আকাশ ৰঙীন কৰা চিলা নিৰ্মাতাসকল

যাৰ শ্ৰমৰ বিনিময়ত আকাশবোৰ ৰঙীন হৈ পৰে, তেওঁলোকেই হৈছে খাম্বাত আৰু আহমেদাবাদৰ চিলা নিৰ্মাতা মহিলা। তেওঁলোকৰেই কষ্টকৰ জীৱনৰ ওপৰত আলোকপাত কৰি এই প্ৰতিবেদন

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

Pratishtha Pandya

প্ৰতিষ্ঠা পাণ্ডিয়া আহমেদাবাদ বিশ্ববিদ্যালয়ৰ এগৰাকী ফেকাল্টি মেম্বাৰ। কবি তথা অনুবাদক পাণ্ডিয়াই গুজৰাটী আৰু ইংৰাজী ভাষাত কাম কৰে। তেওঁ পাৰিৰ বাবে লিখা-মেলাৰ লগতে অনুবাদো কৰে।

Photographs

Umesh Solanki

সাংবাদিকতাৰ স্নাতকোত্তৰ ডিগ্ৰীধাৰী উমেশ সোলাংকি আহমেদাবাদৰ এগৰাকী ফটোগ্ৰাফাৰ, তথ্যচিত্ৰ নিৰ্মাতা আৰু লিখক। তেওঁ যাযাবৰী জীৱন ভাল পায়। তেওঁ তিনিখনকৈ কবিতাপুথি, এখন কাব্য-উপন্যাস, এখন উপন্যাস আৰু এখন অকাল্পনিক সংগ্ৰহ লিখিছে।

Photographs

Pratishtha Pandya

প্ৰতিষ্ঠা পাণ্ডিয়া আহমেদাবাদ বিশ্ববিদ্যালয়ৰ এগৰাকী ফেকাল্টি মেম্বাৰ। কবি তথা অনুবাদক পাণ্ডিয়াই গুজৰাটী আৰু ইংৰাজী ভাষাত কাম কৰে। তেওঁ পাৰিৰ বাবে লিখা-মেলাৰ লগতে অনুবাদো কৰে।

Illustration

Anushree Ramanathan and Rahul Ramanathan

অনুশ্ৰী ৰামনাথান আৰু ৰাহুল ৰামনাথান আহমেদাবাদৰ আনন্দ নিকেতন স্কুল (ছেটেলাইট)ৰ শিক্ষাৰ্থী। অনুশ্ৰী ৭ম মানত আৰু ৰাহুলে ১০ম মানত পঢ়ে। তেওঁলোকে পাৰিৰ হৈ সচিত্ৰকৰণৰ কাম কৰি ভাল পায়।

Translator

Pankaj Das

পংকজ দাস পাৰিৰ অসমীয়া ভাষা সম্পাদক আৰু ইউনিচেফ অসমৰ অনুবাদক। তেওঁ আজৰি পৰত idiomabridge.blogspot.com-ত লিখে।