শ্ৰীনগৰৰ-ডাল-সৰোবৰত-নাও-ডুবো-ডুবো

Srinagar, Jammu and Kashmir

Apr 04, 2021

শ্ৰীনগৰৰ ডাল সৰোবৰত নাও ডুবো ডুবো

যোৱা বছৰ সংবিধানৰ অনুচ্ছেদ ৩৭০ প্ৰত্যাহাৰ কৰি বন্ধ ঘোষণা কৰাৰ ঠিক পিছতে পৰ্যটনৰ বতৰত ক’ভিড-১৯ তলাবন্ধ আহিল; ডাল সৰোবৰ অৰ্থনীতিয়ে ভাৰসাম্য হেৰুৱালে; শিকাৰা চালক, হাউছবোটৰ মালিক আৰু দোকানীবোৰৰ ভীষণ লোকচান হোৱাৰ লগতে তেওঁলোক কৰ্মহীন হৈ পৰিল

Translator

Pankaj Das

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

Adil Rashid

আদিল ৰছিদ কাশ্মীৰৰ শ্ৰীনগৰস্থিত এগৰাকী মুক্ত সাংবাদিক। তেওঁ আগতে দিল্লীৰ আউটলুক আলোচনীখনত কাম কৰিছিল।

Translator

Pankaj Das

পংকজ দাস পাৰিৰ অসমীয়া ভাষা সম্পাদক আৰু ইউনিচেফ অসমৰ অনুবাদক। তেওঁ আজৰি পৰত idiomabridge.blogspot.com-ত লিখে।