শাৰীৰিক-বাধা-নেওচি-শিক্ষাৰ-পোহৰ-বিলোৱা-প্ৰতিভা

Palghar, Maharashtra

May 24, 2022

শাৰীৰিক বাধা নেওচি শিক্ষাৰ পোহৰ বিলোৱা প্ৰতিভা

যোৱা বছৰ গেংগ্ৰিন ৰোগত আক্ৰান্ত হোৱাৰ কাৰণে প্ৰতিভা হিলিমে হাত-ভৰি চাৰিওখন হেৰুৱাবলগীয়া হয়। কিন্তু মহাৰাষ্ট্ৰৰ পালঘৰ জিলাৰ এইগৰাকী আদিবাসী শিক্ষয়িত্ৰীয়ে অটুত ৰাখিলে নিজৰ প্ৰচণ্ড মনোবল, নিজৰ ঘৰতে ‘আনলাইন পাঠগ্ৰহণ’ৰ সুবিধা নথকা ছাত্ৰ-ছাত্ৰীক পাঠদান কৰি গ’ল

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

Shraddha Agarwal

শ্ৰদ্ধা আগৰৱাল এগৰাকী সাংবাদিক আৰু পিপলচ্ আৰ্কাইভ অৱ ৰুৰেল ইণ্ডিয়াৰ বিষয়বস্তু সম্পাদক।

Translator

Pankaj Das

পংকজ দাস পাৰিৰ অসমীয়া ভাষা সম্পাদক আৰু ইউনিচেফ অসমৰ অনুবাদক। তেওঁ আজৰি পৰত idiomabridge.blogspot.com-ত লিখে।