শামুকৰ-আগ্ৰাসনত-শংকিত-দাৰাকৱাড়িৰ-কৃষক

Pune, Maharashtra

May 29, 2023

শামুকৰ আগ্ৰাসনত শংকিত দাৰাকৱাড়িৰ কৃষক

মহাৰাষ্ট্ৰৰ পুণে জিলাৰ চাছকামান বান্ধৰ দাঁতিকাষৰীয়া কৃষকক উপায়হীন কৰি পেলাইছে এবিধো খেতি খাই নষ্ট কৰিবলৈ নেৰা শত্ৰু জিয়াণ্ট আফ্ৰিকান স্নেইলে

Student Reporter

Devanshi Parekh

Translator

Pankaj Das

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Translator

Pankaj Das

পংকজ দাস পাৰিৰ অসমীয়া ভাষা সম্পাদক আৰু ইউনিচেফ অসমৰ অনুবাদক। তেওঁ আজৰি পৰত idiomabridge.blogspot.com-ত লিখে।

Student Reporter

Devanshi Parekh

দেৱাংশী পাৰেখে ফ্লেম বিশ্ববিদ্যালয়ৰ পৰা অলপতে স্নাতক পাঠ্যক্ৰম সম্পূৰ্ণ কৰি পাৰিৰ সৈতে ২০২২ৰ ডিচেম্বৰৰ পৰা ২০২৩ৰ ফেব্ৰুৱাৰীলৈ ইণ্টাৰ্নশ্বিপ কৰিছে।

Editor

Sanviti Iyer

সংবিতি আয়াৰ পিপলচ্ আৰ্কাইভ অৱ ৰুৰেল ইণ্ডিয়াৰ এগৰাকী সমল সমন্বয়ক। তেওঁ গ্ৰামীণ ভাৰতৰ সমস্যাৰাজী শিক্ষাৰ্থীৰ সৈতে নথিভুক্ত কৰা আৰু প্ৰতিবেদন যুগুতোৱা কামো কৰে।