শন্তু-তোৰ-যে-নাই-বন্ধোৱা-বাট

Nov 09, 2022

শন্তু: তোৰ যে নাই বন্ধোৱা বাট

যুৱ দলিত এজনে গুজৰাটৰ সবৰকান্তা জিলাত কেনেকৈ নিজৰ ভৱিষ্যত গঢ়াৰ মৰোঁ-জীওঁ-সোঁ-আধি চেষ্টা কৰিছে, সেই কাহিনী লিখকে কৈছে

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

Umesh Solanki

সাংবাদিকতাৰ স্নাতকোত্তৰ ডিগ্ৰীধাৰী উমেশ সোলাংকি আহমেদাবাদৰ এগৰাকী ফটোগ্ৰাফাৰ, তথ্যচিত্ৰ নিৰ্মাতা আৰু লিখক। তেওঁ যাযাবৰী জীৱন ভাল পায়। তেওঁ তিনিখনকৈ কবিতাপুথি, এখন কাব্য-উপন্যাস, এখন উপন্যাস আৰু এখন অকাল্পনিক সংগ্ৰহ লিখিছে।

Illustration

Labani Jangi

লাৱনি জংগি ২০২০ৰ পাৰি ফেল’ আৰু পশ্চিমংবগৰ নাদিয়া জিলাৰ এগৰাকী স্ব-শিক্ষিত চিত্ৰশিল্পী। তেওঁ চেণ্টাৰ ফৰ ষ্টাডিজ ইন ছ’চিয়েল চায়েন্সেজ, কলকাতাত শ্ৰমিকৰ প্ৰব্ৰজন সন্দৰ্ভত পিএইছডি কৰি আছে।

Editor

Pratishtha Pandya

প্ৰতিষ্ঠা পাণ্ডিয়া আহমেদাবাদ বিশ্ববিদ্যালয়ৰ এগৰাকী ফেকাল্টি মেম্বাৰ। কবি তথা অনুবাদক পাণ্ডিয়াই গুজৰাটী আৰু ইংৰাজী ভাষাত কাম কৰে। তেওঁ পাৰিৰ বাবে লিখা-মেলাৰ লগতে অনুবাদো কৰে।

Translator

Pankaj Das

পংকজ দাস পাৰিৰ অসমীয়া ভাষা সম্পাদক আৰু ইউনিচেফ অসমৰ অনুবাদক। তেওঁ আজৰি পৰত idiomabridge.blogspot.com-ত লিখে।