লকডাউনত-বন্দী-শ্ৰমিকৰ-যাতনাৰ-পাহাৰত-আৰু-এচপৰা-শিল

Sangareddy, Telangana

May 05, 2022

লকডাউনত বন্দী শ্ৰমিকৰ যাতনাৰ পাহাৰত আৰু এচপৰা শিল

তেলাংগনাৰ সাংগাৰেড্ডী জিলাৰ কুনি তামালিয়া আৰু ইটা ভাতীত কাম কৰা আন শ্ৰমিকসকলে লকডাউনৰ সময়ত তেওঁলোকৰ হাড় ভঙা পৰিশ্ৰম অব্যাহত ৰাখিছিল। কিন্তু শিশুসকলৰ যত্ন আৰু ক’ভিডৰ ভয়ৰ বাবে তেওঁলোকে শ্ৰমিক বিশেষ ৰে’লৰে ওড়িশালৈ যাবলৈ ব্যগ্ৰ হৈ পৰিছিল

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

Varsha Bhargavi

বৰ্ষা ভাৰ্গৱী এগৰাকী শ্ৰমিক আৰু শিশু অধিকাৰ কৰ্মী তথা তেলেংগানাৰ লিংগ সংবেদীকৰণৰ এগৰাকী প্ৰশিক্ষক।

Translator

Manoranjan Majumder

মনোৰঞ্জন মজুমদাৰ এজন পেছাদাৰী অনুবাদক ৷ তেওঁ অৱসৰ সময়ত চিনেমা চাবলৈ আৰু কিতাপ পঢ়িবলৈ ভাল পায় ৷