লকডাউনত-নিজান-কুমাৰতুলিঃ-পৰিত্যক্ত-শাৰী-শাৰী-মূৰ্তি

Kolkata, West Bengal

Mar 09, 2022

লকডাউনত নিজান কুমাৰতুলিঃ পৰিত্যক্ত শাৰী শাৰী মূৰ্তি

কলিকতাৰ ঐতিহাসিক কুমাৰৰ কলনি বুলি জনাজাত কুমাৰতুলিৰ ব্যৱসায় বৰ্তমান স্থবিৰ। মা দূৰ্গাৰ মূৰ্তিকে ধৰি আৰু অন্যান্য মূৰ্তিৰ চাহিদা প্ৰায় শূন্য। শিল্পী, বিক্ৰেতা আৰু শ্ৰমিক সকলোৱে এই বৃহৎ লোকচানৰ সন্মুখীন হৈছে

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

Ritayan Mukherjee

ঋতায়ন মুখাৰ্জী কলকাতাৰ এগৰাকী আলোকচিত্ৰ শিল্পী আৰু পাৰিৰ জ্যেষ্ঠ ফেলো৷ তেওঁ ভাৰতৰ পশুপালক তথা যাযাবৰী সম্প্ৰদায়ৰ জীৱন কাহিনী নথিভুক্ত কৰা দীৰ্ঘম্যাদী প্ৰকল্পৰ ওপৰত কাম কৰি আছে৷

Translator

Rimjhim Borthakur

ৰিমঝিম বৰঠাকুৰ এগৰাকী মুক্ত লিখক, ব্লগাৰ আৰু অনুবাদক। তেওঁ ইমেইল আইডিঃ [email protected]