যি-বাটেৰে-আপুনি-ঘৰ-ওলাব-নোৱাৰে

Nalgonda, Telangana

Apr 13, 2020

যি বাটেৰে আপুনি ঘৰ ওলাব নোৱাৰে

ক’ভিড-19ক লৈ হোৱা তলাবন্ধৰ ফলত ইতিমধ্যে ভালেকেইমাহ ৰাস্তাতে কটোৱা টেলেংগানাৰ চেনাকোণ্ডা বালাচামি আৰু অইন গৰখীয়াই নিজৰ খাদ্য আৰু চৰণীয়া পথাৰ সন্ধানত অসুবিধাৰ সমুখীন হৈছে আৰু ঘৰলৈও উভতিব পৰা নাই

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

Harinath Rao Nagulavancha

হৰিনাথ ৰাও নাগুলাভাঞ্চা নেমু টেঙাৰ খেতিয়ক আৰু টেলেংগানাৰ নালগোণ্ডা অঞ্চলৰ মুক্ত সাংবাদিক।

Translator

Pankaj Das

পংকজ দাস পাৰিৰ অসমীয়া ভাষা সম্পাদক আৰু ইউনিচেফ অসমৰ অনুবাদক। তেওঁ আজৰি পৰত idiomabridge.blogspot.com-ত লিখে।