মৰহি-যোৱা-মহুৱা-মূল্যহীন-পাচি-মৰিশালি-যেন-বজাৰ

Dhamtari, Chhattisgarh

Jun 09, 2020

মৰহি যোৱা মহুৱা, মূল্যহীন পাচি, মৰিশালি যেন বজাৰ

বাঁহ-বেতৰ কাম কৰি আৰু মহুৱা ফুল বিক্ৰী কৰি পোৱা সামান্য উপাৰ্জনৰ ওপৰত নিৰ্ভৰশীল চত্তীশগড়ৰ অস্তিত্বৰ সংকটত ভোগা এটা বিশেষ জনজাতীয় সম্প্ৰদায় কামাৰসকলৰ ঠুনুকা অৰ্থনীতি ক’ভিড-১৯ তলাবন্ধৰ ফলত ভাগি চুৰমাৰ হৈ গৈছে

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

Purusottam Thakur

পুৰুষোত্তম ঠাকুৰ ২০১৫ৰ এগৰাকী পাৰি ফেলো। তেওঁ এগৰাকী সাংবাদিক আৰু তথ্যচিত্ৰ নিৰ্মাতা। বৰ্তমান তেওঁ আজীম প্ৰেমজী ফাউণ্ডেছনত কৰ্মৰত আৰু সামাজিক পৰিৱৰ্তনৰ হেতু লিখা-মেলা কৰে।

Translator

Pankaj Das

পংকজ দাস পাৰিৰ অসমীয়া ভাষা সম্পাদক আৰু ইউনিচেফ অসমৰ অনুবাদক। তেওঁ আজৰি পৰত idiomabridge.blogspot.com-ত লিখে।