মৃতকে-নাজানে-তেওঁৰ-শেষ-সৎকাৰ-কেনেকৈ-কৰা-হল

Osmanabad, Maharashtra

Jun 12, 2021

‘মৃতকে নাজানে তেওঁৰ শেষ সৎকাৰ কেনেকৈ কৰা হ’ল’

এই বিশ্ব মহামাৰীৰ ফলত মৃতকৰ অন্ত্যোষ্টিক্ৰিয়া আগৰ দৰে হৈ থকা নাই। শাৰীৰিক ব্যৱধানৰ পৰা আৰম্ভ কৰি সামাজিক পৰ্যায়লৈ এই পৰিৱৰ্তন আগতে আমি কেতিয়াও দেখা নাই। পৰিয়ালৰ লোকক হেৰুৱাই হিয়া ঢাকুৰি কন্দাৰ পৰিৱৰ্তে বিভিন্ন সা-সামগ্ৰী যোগাৰ কৰা আৰু প্ৰটকল মানি চলোতেই সময়বোৰ পাৰ হৈ যায়। মহাৰাষ্ট্ৰৰ ওচমানাবাদ জিলাৰ পৰা পাৰিয়ে তাৰেই এক ছবি দাঙি ধৰিছে

Translator

Pankaj Das

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

Parth M.N.

পাৰ্থ এমএনঃ পাৰ্থ এমএন এগৰাকী পাৰি ফেল'। তেওঁ লছ এঞ্জেলছ টাইমৰ ভাৰতৰ বিশেষ সংবাদদাতা আৰু বিভিন্ন অনলাইন পৰ্টেলৰ মুক্ত সাংবাদিক। তেওঁ ক্ৰিকেট খেলি আৰু ভ্ৰমণ কৰি ভাল পায়।

Translator

Pankaj Das

পংকজ দাস পাৰিৰ অসমীয়া ভাষা সম্পাদক আৰু ইউনিচেফ অসমৰ অনুবাদক। তেওঁ আজৰি পৰত idiomabridge.blogspot.com-ত লিখে।