মুম্বাইৰ-মাছমৰীয়া-এইজাক-ধুমুহাৰ-পৰা-নিস্তাৰ-নাই

Mumbai, Maharashtra

Nov 30, 2021

মুম্বাইৰ মাছমৰীয়া: এইজাক ধুমুহাৰ পৰা নিস্তাৰ নাই

শেহতীয়া বছৰবোৰত মুম্বাইৰ ছাছুন ডকৰ পৰা সাগৰত মাছ ধৰা মাছমৰীয়াসকলে বিধ্বংসী ঘূৰ্ণীবতাহ, ধৰা মাছৰ পৰিমাণ কমি যোৱা, মাছৰ বিক্ৰী হ্ৰাস পোৱা আদি বিভিন্ন প্ৰতিকূলতাৰ সন্মুখীন হৈছে যদিও ২০২০ৰ মাৰ্চৰ পৰা আৰম্ভ হোৱা লকডাউনে তেওঁলোকক মোক্ষম আঘাত হানিছে

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

Shraddha Agarwal

শ্ৰদ্ধা আগৰৱাল এগৰাকী সাংবাদিক আৰু পিপলচ্ আৰ্কাইভ অৱ ৰুৰেল ইণ্ডিয়াৰ বিষয়বস্তু সম্পাদক।

Translator

Bonya Baruah

বন্যা বৰুৱা মুম্বাইস্থিত এগৰাকী ফ্ৰিলান্স সাংবাদিক আৰু লেংগুৱেজ এক্সপাৰ্ট। তেওঁ ইউনিচেফ মিডিয়া ফেল’শ্বিপ, জুবান-ছাছাকাৱা পিচ্চ ফেল’শ্বিপ, অসম চৰকাৰৰ মিডিয়া ফেল’শ্বিপ আৰু অসম বিজ্ঞান প্ৰযুক্তিবিদ্যা আৰু পৰিৱেশ পৰিষদৰ জলবায়ু পৰিৱৰ্তন সম্পৰ্কীয় ফেল’শ্বিপ লাভ কৰিছে। তেওঁৰ পচন্দৰ ক্ষেত্ৰসমূহ হ’ল মহিলা, পৰিৱেশ, মানৱ অধিকাৰ আৰু উন্নয়নমূলক সাংবাদিকতা।