মুক্তা-হাজৰিকা-মাজুলীৰ-মেক-আপ-শিল্পী

Majuli, Assam

Aug 22, 2022

মুক্তা হাজৰিকা: মাজুলীৰ মেক-আপ শিল্পী

জীৱিকাৰ বাবে এখন সৰু হোটেলেৰে লুইতৰ পাৰত জীৱন নিৰ্বাহ কৰা আৰু একে সমানে গাঁৱৰ লোককো সৌন্দৰ্য্যৰে ৰূপৱান কৰি তোলা এই ২৭ বৰ্ষীয় লোকজনক লগ পাওঁ আহক

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

Vishaka George

বেংগালুৰুৰ বিশাখা জৰ্জ পিপলচ্ আৰ্কাইভ অৱ ৰুৰেল ইণ্ডিয়াৰ জ্যেষ্ঠ সম্পাদক। তেওঁ জীৱিকা আৰু পৰিৱেশ সংক্ৰান্ত বিষয়ত প্ৰতিবেদন যুগুতায়। তেওঁ পাৰিৰ ছ’চিয়েল মিডিয়াৰ কাম চায় আৰু এডুকেচন টিমটোৰ সৈতে কাম কৰি পাৰিৰ প্ৰতিবেদনবোৰৰ যোগেদি ছাত্ৰ-ছাত্ৰীক তেওঁলোকৰ চৌপাশৰ সমস্যাৰাজী নথিবদ্ধ কৰিবলৈ শিকায়।

Author

Riya Behl

ৰিয়া বেহল এগৰাকী মাল্টিমিডিয়া সাংবাদিক। তেওঁ লিংগ আৰু শিক্ষা বিষয়ক প্ৰতিবেদন যুগুতায়। পিপলচ্ আৰ্কাইভ অৱ ৰুৰেল ইণ্ডিয়া‌ চমুকৈ পাৰিৰ প্ৰাক্তন জ্যেষ্ঠ সহকাৰী সম্পাদক হিচাপে তেওঁ শিক্ষাকৰ্মীৰ সৈতে লগ লাগি শিক্ষাৰ্থীৰ মাধ্যমেৰে পাৰিক শ্ৰেণীকোঠালৈ লৈ যোৱাৰ কাম কৰিছিল।

Editor

Sangeeta Menon

সংগীতা মেনন মুম্বাইৰ এগৰাকী লেখিকা, সম্পাদিকা আৰু কমিউনিকেশ্যন কনছালটেণ্ট।

Translator

Manoranjan Majumder

মনোৰঞ্জন মজুমদাৰ এজন পেছাদাৰী অনুবাদক ৷ তেওঁ অৱসৰ সময়ত চিনেমা চাবলৈ আৰু কিতাপ পঢ়িবলৈ ভাল পায় ৷