মিৰগাঁৱত-খহি-পৰিল-দুখৰ-পাহাৰ

Satara, Maharashtra

Oct 23, 2021

মিৰগাঁৱত খহি পৰিল দুখৰ পাহাৰ

ভূমিস্খলনে মহাৰাষ্ট্ৰৰ মিৰাগাঁওখন তচনচ কৰি পেলোৱাৰ বহু সপ্তাহৰ পাছত এতিয়াও তাৰে বাসিন্দাই স্থানীয় বিদ্যালয় এখনতে দিন কটাইছে। এয়া তৃতীয়বাৰৰ বাবে তেওঁলোক ঘৰ হেৰুৱাইছে, প্ৰথমবাৰ কইনা বান্ধৰ পানীয়ে আলৈ-আথানি কৰিছিল, আৰু এইবাৰ তেওঁলোক পৰিশ্ৰান্ত হৈ পৰিছে

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

Hrushikesh Patil

হৃষীকেশ পাটিল সাৱন্তবাদীৰ এগৰাকী মুক্ত সাংবাদিক আৰু আইনৰ ছাত্ৰ, তেওঁ উপান্ত শ্ৰেণীৰ ওপৰত জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱৰ বিষয়ে লিখে।

Translator

Rimjhim Borthakur

ৰিমঝিম বৰঠাকুৰ এগৰাকী মুক্ত লিখক, ব্লগাৰ আৰু অনুবাদক। তেওঁ ইমেইল আইডিঃ [email protected]