মাদুৰাইৰ-কম্বু-আজি-নীৰৱ-কৰ্মহীন-শিল্পী

Madurai, Tamil Nadu

Jul 01, 2021

মাদুৰাইৰ কম্বু আজি নীৰৱ, কৰ্মহীন শিল্পী

ক’ভিড-১৯ লকডাউনৰ ফলত মন্দিৰৰ প্ৰাংগণবোৰ নীৰৱ, কোনো উৎসৱ নাই, ৰাজহুৱা অনুষ্ঠানো নাই। এনেদৰে কম্বু শিল্পীসকলো কৰ্মহীন হৈ পৰিছে ঠিকেই, কিন্তু কৰ্মহীনতাতকৈ বেছি ক্ৰমশঃ লোপ পাবলৈ ধৰা কম্বু শিল্পবিধক লৈহে তেওঁলোক অতিশয় চিন্তিত

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

M. Palani Kumar

এম. পালানি কুমাৰ পিপলচ্ আৰ্কাই অৱ ৰুৰেল ইণ্ডিয়াৰ এগৰাকী ষ্টাফ ফটোগ্ৰাফাৰ। তেওঁ শ্ৰমিক শ্ৰেণীৰ মহিলা তথা উপান্ত শ্ৰেণীৰ লোকৰ জীৱনবোৰ আলোকচিত্ৰ আৰু প্ৰতিবেদনৰ যোগেদি তুলি ধৰাত আগ্ৰহী। পালানিয়ে ২০২১ত এমপ্লিফাই অনুদান আৰু ২০২০ত সমস্যক দৃষ্টি আৰু ফটো চাউথ এছিয়া অনুদান অনুদান লাভ কৰিছিল। ২০২২ত তেওঁ প্ৰথমটো দয়ানিধি সিং-পাৰি তথ্যচিত্ৰ আলোকচিত্ৰ বঁটা লাভ কৰিছিল। তেওঁ তামিলনাডুত হাতেকৰা চাফাই কৰ্মীৰ ওপৰত চলচ্চিত্ৰকাৰ দিব্যা ভাৰথীৰ দ্বাৰা নিৰ্মিত ‘কাকূচ’ নামৰ তথ্যচিত্ৰখনৰ চিনেমেটোগ্ৰাফি কৰিছে।

Translator

Pankaj Das

পংকজ দাস পাৰিৰ অসমীয়া ভাষা সম্পাদক আৰু ইউনিচেফ অসমৰ অনুবাদক। তেওঁ আজৰি পৰত idiomabridge.blogspot.com-ত লিখে।