মহৰখীয়া-এজনৰ-প্ৰেম-আৰু-জীৱনৰ-ঐনিতম

Jorhat, Assam

Jan 02, 2023

ম’হৰখীয়া এজনৰ প্ৰেম আৰু জীৱনৰ ঐনিতম

মিচিং জনগোষ্ঠীৰ সত্যজিত মৰাঙে এই ভিডিঅ’টোত প্ৰেম আৰু জীৱনৰ ঐনিতম গাইছে আৰু ব্ৰহ্মপুত্ৰৰ দ্বীপবোৰত ম’হ চৰোৱাৰ বিষয়ে কথা পাতিছে

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

Himanshu Chutia Saikia

হিমাংশু চুতীয়া শইকীয়া অসমৰ যোৰহাটৰ এগৰাকী স্বতন্ত্ৰ তথ্যচিত্ৰ নিৰ্মাতা, সংগীত প্ৰযোজক, আলোকচিত্ৰ শিল্পী তথা ছাত্ৰ সমাজকৰ্মী। তেওঁৰ ২০২১ৰ এগৰাকী পাৰি ফেল’।

Translator

Pankaj Das

পংকজ দাস পাৰিৰ অসমীয়া ভাষা সম্পাদক আৰু ইউনিচেফ অসমৰ অনুবাদক। তেওঁ আজৰি পৰত idiomabridge.blogspot.com-ত লিখে।