মই-ইয়ালৈ-খাদ্যৰ-বাবে-আহোঁ

Sonipat, Haryana

Mar 11, 2021

‘মই ইয়ালৈ খাদ্যৰ বাবে আহোঁ’

সিংঘুৰৰ সীমান্তত কৃষকসকলৰ আন্দোলনে আশে-পাশে থকা পদপথ আৰু বস্তি এলেকাৰ বহুতো পৰিয়ালক আৰ্কষিত কৰিছিল, যিসকল ঘাইকৈ গুৰুদ্বাৰৰ ৰান্ধনীশালত বিনামূলীয়া খাদ্যৰ বাবে আহে আৰু এই ৰাজহুৱা ৰান্ধনীশালবোৰৰ দুৱাৰ সকলোলৈ বুলি খোলা

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

Kanika Gupta

কণিকা গুপ্তা দিল্লীৰ এগৰকী মুক্ত সাংবাদিক আৰু ফটোগ্ৰাফাৰ।

Translator

Bhabesh Medhi

ভৱেশ মেধি এগৰাকী গুৱাহাটীস্থ সাংবাদিক। স্বাস্থ্য সম্পৰ্কীয় ৰিপ’ৰ্টিঙৰ বাবে তেখেতে দুবাৰকৈ ৰিচ্ মিডিয়া ফেলশ্বিপ লাভ কৰাৰ লগতে শিশু সম্পৰ্কীয় ৰিপ’ৰ্টিঙৰ বাবে দুবাৰকৈ ইউনিচেফফৰ ফেলশ্বিপ লাভ কৰিছে । যোগাযোগৰ ইমেইল আইডি [email protected]