বৰফে-আৱৰা-ডাল-হ্ৰদৰ-মহল্লাত-আহুকলীয়া-স্বাস্থ্যসেৱা

Srinagar, Jammu and Kashmir

Dec 28, 2021

বৰফে আৱৰা ডাল হ্ৰদৰ মহল্লাত আহুকলীয়া স্বাস্থ্যসেৱা

শ্ৰীনগৰৰ ডাল হ্ৰদৰ দ্বীপবোৰত বসবাস কৰা পৰিয়ালবোৰৰ সৰহভাগেই খেতিয়ক, শ্ৰমিক আৰু পৰ্যটনৰ লগত জড়িত। সেইখিনি মানুহৰ বাবে থকা একমাত্ৰ প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰটো বন্ধ মানেই বেমাৰ-আজাৰত স্থানীয় কেমিষ্টজনেই ভৰষা। তেঁৱেই হৈ পৰে ডাক্তৰ

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

Adil Rashid

আদিল ৰছিদ কাশ্মীৰৰ শ্ৰীনগৰস্থিত এগৰাকী মুক্ত সাংবাদিক। তেওঁ আগতে দিল্লীৰ আউটলুক আলোচনীখনত কাম কৰিছিল।

Translator

Chitrani Sonowal

মেঘালয়ৰ শ্বিলংস্থিত নৰ্থ-ইষ্টাৰ্ণ হিল ইউনিভাৰ্ছিটিৰ পৰা লোকসংস্কৃতিৰ ডক্টৰেট ডিগ্ৰীধাৰী চিত্ৰানী সোনোৱাল এগৰাকী স্বতন্ত্ৰ গৱেষক৷ তেওঁক এইটো ঠিকনাত ইমেইল কৰিব পাৰিবঃ [email protected]