বৈষম্যৰে-ভৰা-এই-দুনীয়াত-পৰিৱৰ্তনৰ-বাট-বিচাৰি-এজন-পাচলি-বেপাৰী

Mumbai, Maharashtra

Apr 05, 2022

বৈষম্যৰে ভৰা এই দুনীয়াত পৰিৱৰ্তনৰ বাট বিচাৰি এজন পাচলি বেপাৰী

দাৰিদ্ৰ্য, পুলিচৰ লাঠীৰ কোব, বিমূদ্ৰাকৰণ আৰু ক’ভিড-১৯ – মুম্বাইৰ ৰাস্তাত এই সকলোবোৰৰ সন্মুখীন হোৱা পাচলি বেপাৰী মিথুন কুমাৰে পাৰিৰ বাবে লিখিছে, উত্তৰ প্ৰদেশৰ পৰা অহা মিথুনক এইখন চহৰে কি দিছে তাৰে অভিজ্ঞতা তেওঁ পাঠকৰ সৈতে ভাগ-বতৰা কৰিছে

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

Mithun Kumar

মিথুন কুমাৰে মুম্বাইত পাচলিৰ দোকান চলায় আৰু সামাজিক গণমাধ্যমত আৰু বিভিন্ন ৱেবছাইটৰ কাৰণে আৰ্থ-সামাজিক বিষয়ত লিখা-মেলা কৰে।

Photographs

Devesh

দেৱেশ এগৰাকী কবি, সাংবাদিক, চলচ্চিত্ৰ নিৰ্মাতা আৰু অনুবাদক। তেওঁ পিপলচ্ আৰ্কাইভ অৱ ইণ্ডিয়াৰ হিন্দী ভাষাৰ অনুবাদ সম্পাদক।

Photographs

Sumer Singh Rathore

সুমেৰ ৰাজস্থানৰ জয়চেলমাৰৰ এগৰাকী ভিজুৱেল ষ্ট’ৰিটেলাৰ, লিখক তথা সাংবাদিক।

Translator

Pankaj Das

পংকজ দাস পাৰিৰ অসমীয়া ভাষা সম্পাদক আৰু ইউনিচেফ অসমৰ অনুবাদক। তেওঁ আজৰি পৰত idiomabridge.blogspot.com-ত লিখে।