বীৰভূমৰ-জল-জংঘল-জমিৰ-হেৰোৱা-সুৰ

Birbhum, West Bengal

Nov 02, 2022

বীৰভূমৰ জল, জংঘল, জমিৰ হেৰোৱা সুৰ

আদিবাসী সমাজত জনপ্ৰিয় আৰু তেওঁলোকৰ দ্বাৰা সৃষ্ট বাদ্যযন্ত্ৰবোৰ ক্ৰমশঃ হেৰাই যাবলৈ ধৰিছে। আৰু পশ্চিমবংগৰ বীৰভূম জিলাত এই জনপ্ৰিয়তা হ্ৰাসৰ কাৰণ সাংস্কৃতিক নহয়

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

Sayani Chakraborty

চয়ানী চক্ৰৱৰ্তী বিশ্ব ভাৰতী বিশ্ববিদ্যালয়ৰ পৰা সাংবাদিকতা আৰু গণসংযোগৰ স্নাতকোত্তৰ পাঠ্যক্ৰমত অধ্যয়নৰত। তেওঁ ভাৰতৰ জনজাতীয় সংস্কৃতি আৰু ঐতিহ্যৰ নথিভুক্তকৰণৰ আগ্ৰহী।

Translator

Bonya Baruah

বন্যা বৰুৱা মুম্বাইস্থিত এগৰাকী ফ্ৰিলান্স সাংবাদিক আৰু লেংগুৱেজ এক্সপাৰ্ট। তেওঁ ইউনিচেফ মিডিয়া ফেল’শ্বিপ, জুবান-ছাছাকাৱা পিচ্চ ফেল’শ্বিপ, অসম চৰকাৰৰ মিডিয়া ফেল’শ্বিপ আৰু অসম বিজ্ঞান প্ৰযুক্তিবিদ্যা আৰু পৰিৱেশ পৰিষদৰ জলবায়ু পৰিৱৰ্তন সম্পৰ্কীয় ফেল’শ্বিপ লাভ কৰিছে। তেওঁৰ পচন্দৰ ক্ষেত্ৰসমূহ হ’ল মহিলা, পৰিৱেশ, মানৱ অধিকাৰ আৰু উন্নয়নমূলক সাংবাদিকতা।