বিষাক্ত-গেছে-গাপ-মৰা-নৰ্দমাত-আদিবাসী-শ্ৰমিকৰ-মৃত্যু

Bharuch, Gujarat

May 17, 2023

বিষাক্ত গেছে গাপ মৰা নৰ্দমাত আদিবাসী শ্ৰমিকৰ মৃত্যু

এইটো বছৰৰ ৪ এপ্ৰিলৰ দিনা গুজৰাটৰ ভাৰুচ জিলাত কোনো সুৰক্ষা সামগ্ৰী অবিহনে নৰ্দমা চাফা কৰি থকা অৱস্থাত বিষাক্ত গেছ সেৱনৰ ফলত তিনিজন আদিবাসী চাফাইকৰ্মীৰ মৃত্যু হয় আৰু আন দুজন লোক অচেতন হৈ পৰে

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

Umesh Solanki

সাংবাদিকতাৰ স্নাতকোত্তৰ ডিগ্ৰীধাৰী উমেশ সোলাংকি আহমেদাবাদৰ এগৰাকী ফটোগ্ৰাফাৰ, তথ্যচিত্ৰ নিৰ্মাতা আৰু লিখক। তেওঁ যাযাবৰী জীৱন ভাল পায়। তেওঁ তিনিখনকৈ কবিতাপুথি, এখন কাব্য-উপন্যাস, এখন উপন্যাস আৰু এখন অকাল্পনিক সংগ্ৰহ লিখিছে।

Editor

Pratishtha Pandya

প্ৰতিষ্ঠা পাণ্ডিয়া আহমেদাবাদ বিশ্ববিদ্যালয়ৰ এগৰাকী ফেকাল্টি মেম্বাৰ। কবি তথা অনুবাদক পাণ্ডিয়াই গুজৰাটী আৰু ইংৰাজী ভাষাত কাম কৰে। তেওঁ পাৰিৰ বাবে লিখা-মেলাৰ লগতে অনুবাদো কৰে।

Translator

Pankaj Das

পংকজ দাস পাৰিৰ অসমীয়া ভাষা সম্পাদক আৰু ইউনিচেফ অসমৰ অনুবাদক। তেওঁ আজৰি পৰত idiomabridge.blogspot.com-ত লিখে।