বিপদগ্ৰস্ত-আৱাসীৰ-মূৰৰ-ওপৰেৰে-এখন-দলং

Kolkata, West Bengal

Feb 24, 2020

বিপদগ্ৰস্ত আৱাসীৰ মূৰৰ ওপৰেৰে এখন দলং

দলং মেৰামতিৰ কাম সুচল কৰিবলৈ উত্তৰ কলকাতাৰ কেইবাদশক পুৰণি তাল্লাহ বস্তিত উচ্ছেদ চলোৱাৰ এমাহৰ পিছতো অস্থায়ী চালিঘৰত থাকিবলগীয়া হোৱা পৰিয়ালবোৰে ন্যায্য পুনৰ্সংস্থাপনৰ বাবে মাত মাতি আহিছে

Translator

Pankaj Das

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

Smita Khator

স্মিতা খাটোৰ পিপলচ্ আৰ্কাইভ অৱ ৰুৰেল ইণ্ডিয়া (পাৰি)ৰ ভাৰতীয় ভাষা অভিযান চমুকৈ পাৰিভাষাৰ মুখ্য অনুবাদ সম্পাদক। পাৰিৰ অনুবাদ, ভাষা আৰু আৰ্কাইভৰ ক্ষেত্ৰত তেওঁ কাম কৰে। তেওঁ মহিলাৰ সমস্যা আৰু শ্ৰম সম্পৰ্কত লিখেও।

Translator

Pankaj Das

পংকজ দাস পাৰিৰ অসমীয়া ভাষা সম্পাদক আৰু ইউনিচেফ অসমৰ অনুবাদক। তেওঁ আজৰি পৰত idiomabridge.blogspot.com-ত লিখে।