বিদৰ্ভৰ-পশুপালকে-মহামাৰীৰ-ফল-ভূগিছে

Wardha, Maharashtra

May 29, 2020

বিদৰ্ভৰ পশুপালকে মহামাৰীৰ ফল ভূগিছে

মহাৰাষ্ট্ৰ পূৰ্বাঞ্চলৰ নন্দ গাৱলি আৰু আন দুগ্ধ উৎপাদনকাৰীসকলে পোহনীয়া পশুৰ স্বাস্থ্যৰ অৱনতি আৰু পশুখাদ্যৰ নাটনিত ভোগাৰ উপৰিও গাখীৰৰ চাহিদা নিম্নগামী হোৱা আৰু যোগান ব্যৱস্থা একেবাৰে ভাগি পৰাৰ ফলত লোকচানৰ সমুখীন হৈছে

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

Jaideep Hardikar

জয়দীপ হাৰ্ডিকাৰ হৈছে নাগপুৰৰ একেধাৰে সাংবাদিক আৰু লিখক, লগতে পৰি(PARI)ৰ ঘনিষ্ঠ টিম মেম্বাৰ।

Translator

Pankaj Das

পংকজ দাস পাৰিৰ অসমীয়া ভাষা সম্পাদক আৰু ইউনিচেফ অসমৰ অনুবাদক। তেওঁ আজৰি পৰত idiomabridge.blogspot.com-ত লিখে।