বস্তৰত-বাঁহৰ-বন্দুকেৰে-প্ৰভুক-চালামি

Bastar, Chhattisgarh

Nov 30, 2022

বস্তৰত বাঁহৰ বন্দুকেৰে প্ৰভুক চালামি

চত্তীশগড়ৰ বাৰ্ষিক গোঞ্চা উৎসৱত স্থানীয় আদিবাসীসকলে এক সুকীয়া শৈলীৰে প্ৰভুলৈ চালামি জনায়

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

Thamir Kashyap

থামিৰ কাশ্যপ চত্তীশগড়ৰ এগৰাকী প্ৰতিবেদক, তথ্যচিত্ৰমূলক আলোকচিত্ৰ শিল্পী আৰু এগৰাকী চলচ্চিত্ৰ নিৰ্মাতা। তেওঁ ৰাজ মুৰিয়া আদিবাসী সম্প্ৰদায়ৰ আৰু ভাৰতীয় গণসংযোগ প্ৰতিষ্ঠান (আই.আই.এম.চি.), দিল্লীৰ ৰেডিঅ’ আৰু টিভি সাংবাদিকতাৰ স্নাতকোত্তৰ ডিগ্ৰীধাৰী।

Photographs

Vijaya Laxmi Thakur

বিজয়া লক্ষ্মী ঠাকুৰ চত্তীশগড়ৰ এগৰাকী আলোকচিত্ৰশিল্পী।

Editor

Priti David

প্ৰীতি ডেভিদ পিপলচ্ আৰ্কাইভ অৱ ৰুৰেল ইণ্ডিয়াৰ এগৰাকী সাংবাদিক আৰু পাৰিৰ শিক্ষা সম্পাদক। তেওঁ গ্ৰামীণ সমস্যৰাজীক শ্ৰেণীকোঠা আৰু পাঠ্যক্ৰমলৈ আনি আমাৰ সময়ৰ সমস্যাবোৰ যুৱচামৰ লগত লগ লাগি নথিভুক্ত কৰাৰ কাম কৰে।

Translator

Pankaj Das

পংকজ দাস পাৰিৰ অসমীয়া ভাষা সম্পাদক আৰু ইউনিচেফ অসমৰ অনুবাদক। তেওঁ আজৰি পৰত idiomabridge.blogspot.com-ত লিখে।