বন্ধ-ৰাজপথত-ভতিজাৰ-সৈতে-বৃদ্ধ-মহিলা

Nashik, Maharashtra

Jul 14, 2020

বন্ধ ৰাজপথত ভতিজাৰ সৈতে বৃদ্ধ মহিলা

প্ৰব্ৰজিত শ্ৰমিকে কৰ্মস্থানৰ পৰা নিজৰ ঘৰলৈ শতাধিক কিলোমিটাৰ খোজকাঢ়ি অহা দৃশ্যই আমাৰ মনত ৰেখাপাত কৰিছে। এটামাত্ৰ দৃশ্যই এই শিল্পীৰ মনত প্ৰত্যাশা আৰু মানৱতাৰ অনুভূতিক জগাই তুলিলে

Translator

Pankaj Das

Want to republish this article? Please write to zahra@ruralindiaonline.org with a cc to namita@ruralindiaonline.org

Author

Labani Jangi

লাৱনি জংগি ২০২০ৰ পাৰি ফেল’ আৰু পশ্চিমংবগৰ নাদিয়া জিলাৰ এগৰাকী স্ব-শিক্ষিত চিত্ৰশিল্পী। তেওঁ চেণ্টাৰ ফৰ ষ্টাডিজ ইন ছ’চিয়েল চায়েন্সেজ, কলকাতাত শ্ৰমিকৰ প্ৰব্ৰজন সন্দৰ্ভত পিএইছডি কৰি আছে।

Translator

Pankaj Das

পংকজ দাস পাৰিৰ অসমীয়া ভাষা সম্পাদক আৰু ইউনিচেফ অসমৰ অনুবাদক। তেওঁ আজৰি পৰত idiomabridge.blogspot.com-ত লিখে।