প্ৰৱঞ্চনাৰে-উচ্ছেদিত-মুদুমালাইৰ-আদিবাসীসকল

The Nilgiris, Tamil Nadu

Mar 31, 2020

প্ৰৱঞ্চনাৰে উচ্ছেদিত মুদুমালাইৰ আদিবাসীসকল

মুদুমালাই ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ কাষৰ হোজা বাসিন্দাসকলক কিছু পৰিমাণে ক্ষতিপুৰণ দি প্ৰৱঞ্চনাৰে তেওঁলোকৰ পুৰুষানুক্ৰমে বসবাস কৰি অহা এখন গাঁৱৰ পৰা উচ্ছেদ কৰা হ’ল

Translator

Pankaj Das

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

Priti David

প্ৰীতি ডেভিদ পিপলচ্ আৰ্কাইভ অৱ ৰুৰেল ইণ্ডিয়াৰ এগৰাকী সাংবাদিক আৰু পাৰিৰ শিক্ষা সম্পাদক। তেওঁ গ্ৰামীণ সমস্যৰাজীক শ্ৰেণীকোঠা আৰু পাঠ্যক্ৰমলৈ আনি আমাৰ সময়ৰ সমস্যাবোৰ যুৱচামৰ লগত লগ লাগি নথিভুক্ত কৰাৰ কাম কৰে।

Translator

Pankaj Das

পংকজ দাস পাৰিৰ অসমীয়া ভাষা সম্পাদক আৰু ইউনিচেফ অসমৰ অনুবাদক। তেওঁ আজৰি পৰত idiomabridge.blogspot.com-ত লিখে।