প্লাষ্টিকৰ-গ্ৰহত-হাড়ভগা-পৰিশ্ৰম-আৰু-মৃত-সপোনবোৰ

Mumbai, Maharashtra

Apr 20, 2022

প্লাষ্টিকৰ গ্ৰহত হাড়ভগা পৰিশ্ৰম আৰু মৃত সপোনবোৰ

মুম্বাইৰ ধাৰাৱিৰ ৰিচাইক্লিং খণ্ডত শ্ৰমিকসকলে প্ৰতিদিনে চহৰখনত উৎপন্ন হোৱা ১০,০০০ টনতকৈও অধিক আৱৰ্জনাৰ এক বৃহৎ অংশৰ প্ৰক্ৰিয়াকৰণ কৰে

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

Sharmila Joshi

শৰ্মিলা জোশী পিপলচ্ আৰ্কাইভ অৱ ৰুৰেল ইণ্ডিয়াৰ প্ৰাক্তন কাৰ্য্যবাহী সম্পাদক। তেওঁ লিখা-মেলা কৰে আৰু মাজে-সময়ে শিক্ষকতাও কৰে।

Translator

Manoranjan Majumder

মনোৰঞ্জন মজুমদাৰ এজন পেছাদাৰী অনুবাদক ৷ তেওঁ অৱসৰ সময়ত চিনেমা চাবলৈ আৰু কিতাপ পঢ়িবলৈ ভাল পায় ৷