পেট্ৰলৰ-চৰা-দামে-দুগুণ-কৰিছে-সিধিৰ-ফেৰীৱালাৰ-দুখ

Sidhi, Madhya Pradesh

Nov 30, 2021

পেট্ৰ’লৰ চৰা দামে দুগুণ কৰিছে সিধিৰ ফেৰীৱালাৰ দুখ

মধ্যপ্ৰদেশৰ সিধি জিলাৰ গাঁৱে গাঁৱে মটৰ চাইকেল লৈ শাড়ী, চাদৰ-মেখেলা আদি সামগ্ৰী বেচিবলৈ যোৱা ফেৰীৱালাসকলে কয় যে তেওঁলোকে কোনোমতে লকডাউনটো পাৰ কৰিলে যদিও এতিয়া পেট্ৰ’লৰ আকাশলংঘী দামে তেওঁলোকৰ ব্যৱসায় একেবাৰে বৰবাদ কৰি পেলাইছে

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

Anil Kumar Tiwari

অনিল কুমাৰ তিৱাৰি মধ্যপ্ৰদেশৰৰ সিধি চহৰৰ এগৰাকী মুক্ত সাংবাদিক। তেওঁ ঘাইকৈ পৰিৱেশ আৰু গ্ৰামীণ বিকাশ সংক্ৰান্ত বিষয়ত প্ৰতিবেদন লিখে।

Translator

Lonli Gogoi

ল’নলী গগৈ এগৰাকী মুক্ত অনুবাদক আৰু সমল লেখক। তেওঁ ইউনিভাৰ্চিটি অৱ ৱেলচৰ পৰা তথ্য ব্যৱস্থাপনা বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছে। তেওঁৰ যোগাযোগৰ ইমেইল আইডিঃ [email protected]