পুত্ৰৰ-সফলতাই-অমানুষিক-শ্ৰমৰ-পৰা-মুক্তি-দিলে-মাক-দেউতাকক

Beed, Maharashtra

May 08, 2023

পুত্ৰৰ সফলতাই অমানুষিক শ্ৰমৰ পৰা মুক্তি দিলে মাক-দেউতাকক

মহাৰাষ্ট্ৰৰ বীড় জিলাত কুঁহিয়াৰ খেতিৰ শ্ৰমিকৰ ল’ৰাই ৰাজ্যিক লোকসেৱা পৰীক্ষাত উত্তীৰ্ণ হৈছে। তেওঁৰ এই সাফল্যই তেওঁৰ পিতৃ-মাতৃয়ে কেবাদশক ধৰি কৰি অহা অমানুষিক শ্ৰমৰ পৰা মুক্তি দিলে

Translator

Pankaj Das

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

Kavitha Iyer

কবিতা আয়াৰে দুটা দশক ধৰি সাংবাদিকতা কৰি আহিছে। তেওঁ ‘Landscapes Of Loss: The Story Of An Indian Drought’ৰ গ্ৰন্থকাৰ (হাৰ্পাৰ কলিন্সৰ দ্বাৰা ২০১১ত প্ৰকাশিত)।

Editor

Priti David

প্ৰীতি ডেভিদ পিপলচ্ আৰ্কাইভ অৱ ৰুৰেল ইণ্ডিয়াৰ এগৰাকী সাংবাদিক আৰু পাৰিৰ শিক্ষা সম্পাদক। তেওঁ গ্ৰামীণ সমস্যৰাজীক শ্ৰেণীকোঠা আৰু পাঠ্যক্ৰমলৈ আনি আমাৰ সময়ৰ সমস্যাবোৰ যুৱচামৰ লগত লগ লাগি নথিভুক্ত কৰাৰ কাম কৰে।

Translator

Pankaj Das

পংকজ দাস পাৰিৰ অসমীয়া ভাষা সম্পাদক আৰু ইউনিচেফ অসমৰ অনুবাদক। তেওঁ আজৰি পৰত idiomabridge.blogspot.com-ত লিখে।