পালঘৰত-সাধাৰণজনে-ভৰিছে-মহামাৰীৰ-মূল্য

Palghar, Maharashtra

Aug 03, 2022

পালঘৰত সাধাৰণজনে ভৰিছে মহামাৰীৰ মূল্য

মহাৰাষ্ট্ৰৰ গ্ৰামীণ হস্পিতেল এখনৰ বাহিৰত মৃত্যুৰ ছাঁ, পৰিয়ালবোৰে হাহাকাৰ কৰিছে, তেওঁলোকৰ বেছিভাগেই আদিবাসী সম্প্ৰদায়ৰ, ক’ভিডৰ সংহাৰী ৰূপক ৰুধিবলৈ তেনেই অপাৰগ ভাল যা-যোগাৰ নথকা জিলা হস্পিতেলখনত কিছুমানে যদি বে’ড বিচাৰি হাহাকাৰ কৰিছে, কিছুমানে আপোনজনক হেৰুৱাই হিয়া ঢাকুৰি কান্দিছে

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

Shraddha Agarwal

শ্ৰদ্ধা আগৰৱাল এগৰাকী সাংবাদিক আৰু পিপলচ্ আৰ্কাইভ অৱ ৰুৰেল ইণ্ডিয়াৰ বিষয়বস্তু সম্পাদক।

Editor

Sharmila Joshi

শৰ্মিলা জোশী পিপলচ্ আৰ্কাইভ অৱ ৰুৰেল ইণ্ডিয়াৰ প্ৰাক্তন কাৰ্য্যবাহী সম্পাদক। তেওঁ লিখা-মেলা কৰে আৰু মাজে-সময়ে শিক্ষকতাও কৰে।

Translator

Pankaj Das

পংকজ দাস পাৰিৰ অসমীয়া ভাষা সম্পাদক আৰু ইউনিচেফ অসমৰ অনুবাদক। তেওঁ আজৰি পৰত idiomabridge.blogspot.com-ত লিখে।