পালঘৰত-এটা-ঘাইপথৰ-বিৰুদ্ধে-যুঁজ

Palghar, Maharashtra

Mar 16, 2022

পালঘৰত এটা ঘাইপথৰ বিৰুদ্ধে যুঁজ

নিম্বাভালিৰ আদিবাসী ৱাৰ্লি সম্প্ৰদায়ৰ লোকৰ পৰা চৰকাৰে দহ বছৰ আগতে চাতুৰিৰে মুম্বাই-বদোদৰা ৰাষ্ট্ৰীয় এক্সপ্ৰেছ হাইৱেৰ কাৰণে মাটি অধিগ্ৰহণ কৰিলে। প্ৰকল্পটোৱে গোটেই গাওঁখন দুভাগ কৰি পেলালে আৰু ক্ষতিপূৰণো যথোচিত নাছিল

Translator

Pankaj Das

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

Mamta Pared

মমতা পাৰেড (১৯৯৮-২০২২) এগৰাকী সাংবাদিক আৰু ২০১৮ৰ পাৰি ফেল’ আছিল। তেওঁ আবাচাহেব গাৰৱাড়ে কলেজ, পুণেৰ পৰা যোগাযোগ আৰু সাংবাদিকতাৰ স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল। তেওঁ আদিবাসী জীৱন, বিশেষকৈ তেওঁৰ ৱাৰ্লি সম্প্ৰদায়ৰ ওপৰত ৰিপ’ৰ্টিং কৰিছিল।

Translator

Pankaj Das

পংকজ দাস পাৰিৰ অসমীয়া ভাষা সম্পাদক আৰু ইউনিচেফ অসমৰ অনুবাদক। তেওঁ আজৰি পৰত idiomabridge.blogspot.com-ত লিখে।