পলাভৰমৰ-অধিকাৰচ্যুতসকলৰ-আশাৰ-মিছিল

West Godavari, Andhra Pradesh

Dec 04, 2018

পলাভৰমৰ অধিকাৰচ্যুতসকলৰ আশাৰ মিছিল

১০ জুলাইৰ পৰা ১৬ জুলাইলৈ আদিবাসী লোকৰ দৃঢ়মনা দল এটাই তেঁওলোকক বসতিস্থলৰ পৰা আঁতৰাই জনগোষ্ঠীটোক ধ্বংসৰ গৰাহলৈ ঠেলি দিয়া পলাভৰম প্ৰকল্পৰ প্ৰতিবাদ জনাই পশ্চিম গোদাবৰী জিলাৰ চিৰাভাল্লি গাঁৱৰ পৰা ইলুৰুলৈ এক প্ৰতিবাদী সমদল উলিয়ায়

Translator

Pankaj Das

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

Rahul Maganti

ৰাহুল মগন্তি অন্ধ্ৰপ্ৰদেশৰ বিজয়াৱাড়াৰ এজন মুক্ত সাংবাদিক।

Translator

Pankaj Das

পংকজ দাস পাৰিৰ অসমীয়া ভাষা সম্পাদক আৰু ইউনিচেফ অসমৰ অনুবাদক। তেওঁ আজৰি পৰত idiomabridge.blogspot.com-ত লিখে।