পটচিত্ৰঃ-কাগজৰ-নুৰা-আৰু-প্ৰকৃতিৰ-মহীৰে-কথকতা

Paschim Medinipur, West Bengal

Feb 18, 2023

পটচিত্ৰঃ কাগজৰ নুৰা আৰু প্ৰকৃতিৰ মহীৰে কথকতা

পশ্চিমবংগৰ পূব কলকাতা আৰ্দ্ৰভূমিত মামণি চিত্ৰকাৰে পটচিত্ৰ অংকন কৰিছে য’ত বৰ্ণিত হৈছে মাছমৰীয়া, কৃষক আৰু বৰ্ণিল কৃষিভূমিৰ এক অনন্য দৃশ্যপট

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

Nobina Gupta

নবীনা গুপ্তা এগৰাকী ভিজুৱেল শিল্পী, শিক্ষাবিদ আৰু গৱেষক যি সামাজিক-স্থানিক বাস্তৱতা, জলবায়ু জৰুৰীকালীন অৱস্থা আৰু আচৰণগত পৰিৱৰ্তনৰ মাজৰ সম্পৰ্কৰ অধ্যয়ন কৰে। সৃষ্টিশীল পৰিস্থিতিবিদ্যাৰ ওপৰত আকৰ্ষণে তেওঁক ডিচেপিয়েৰিং ডাইলগছ্ কালেক্টিভ আৰম্ভ কৰিবলৈ আৰু তত্ত্বাৱধানৰ বাবে উৎসাহিত কৰিছিল।

Author

Saptarshi Mitra

কলকাতাৰ সপ্তৰ্ষি মিত্ৰা হৈছে মহাকাশ, সংস্কৃতি আৰু সমাজৰ সংযোগস্থলীত কাম কৰা এগৰাকী স্থপতিবিদ৷

Editor

Dipanjali Singh

দীপাঞ্জলী সিং পিপলচ্ আৰ্কাইভ অৱ ৰুৰেল ইণ্ডিয়াৰ এগৰাকী সহকাৰী সম্পাদক। তেওঁ পাৰি লাইব্ৰেৰীৰ গৱেষক আৰু ডকুমেণ্ট কিউৰেটৰ।

Translator

Manoranjan Majumder

মনোৰঞ্জন মজুমদাৰ এজন পেছাদাৰী অনুবাদক ৷ তেওঁ অৱসৰ সময়ত চিনেমা চাবলৈ আৰু কিতাপ পঢ়িবলৈ ভাল পায় ৷