নেলীত-সিহঁতে-সকলোকে-মাৰিছিল

Morigaon, Assam

Feb 18, 2023

নেলীত: ‘সিহঁতে সকলোকে মাৰিছিল’

নেলী ভয়াৱহ গণহত্যাৰ চল্লিশতম বৰ্ষত ৰছিদা বেগমে সেই দিনটোৰ কথা মনত পেলাইছে, যিদিনা হাজাৰ হাজাৰ বংগমূলীয় মুছলমান ধৰ্মালম্বী লোকক মধ্য অসমত হত্যা কৰা হৈছিল

Translator

Pankaj Das

Text Editor

Vinutha Mallya

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

Subasri Krishnan

স্মৃতি, প্ৰব্ৰজন আৰু চৰকাৰী নথিৰ বিশ্লেষণৰে নাগৰিকত্বৰ বিষয়টো তথ্যচিত্ৰৰ যোগেদি ফঁহিয়াই চোৱা সুবাশ্ৰী কৃষ্ণনৰ কাম। ‘ইতিহাস আৰু নিজৰ সৈতে মুখামুখি’ প্ৰকল্পৰ যোগেদি অসমত তেওঁ এইটো বিষয়তে আলোকপাত কৰিছে। তেওঁ সম্প্ৰতি জামিয়া মিলিয়া ইছলামিয়া, নতুন দিল্লীৰ এ.জে.কে. জনসংযোগ গৱেষণা কেন্দ্ৰত পিএইচডি কৰি আছে।

Text Editor

Vinutha Mallya

বিনুথা মাল্যা পাৰিৰ এজন উপদেষ্টা সম্পাদক। তেওঁ ২০২২ চনৰ জানুৱাৰীৰ পৰা ডিচেম্বৰলৈ পাৰিৰ মুখ্য সম্পাদক হিচাপে কৰ্মৰত আছিল।

Translator

Pankaj Das

পংকজ দাস পাৰিৰ অসমীয়া ভাষা সম্পাদক আৰু ইউনিচেফ অসমৰ অনুবাদক। তেওঁ আজৰি পৰত idiomabridge.blogspot.com-ত লিখে।