নিজৰ-মাটিখিনিৰ-অপেক্ষাত-জীৱনটো-পাৰ-হল

Surendranagar, Gujarat

Dec 04, 2022

‘নিজৰ মাটিখিনিৰ অপেক্ষাত জীৱনটো পাৰ হ’ল’

গুজৰাটৰ সুৰেন্দ্ৰনগৰ জিলাত ভূমিহীন দলিতৰ হাতত মাটি আছে, কিন্তু কেৱল কাগজত। প্ৰশাসনিক অৱহেলা আৰু জাতিগত ভেদাভেদে ৰাজ্যখনৰ বহুতো এনে লোকক নিজৰ মাটিৰ মালিকানা স্বত্ত্বৰ পৰা বঞ্চিত কৰিছে

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Editor

Vinutha Mallya

বিনুথা মাল্যা পাৰিৰ এজন উপদেষ্টা সম্পাদক। তেওঁ ২০২২ চনৰ জানুৱাৰীৰ পৰা ডিচেম্বৰলৈ পাৰিৰ মুখ্য সম্পাদক হিচাপে কৰ্মৰত আছিল।

Translator

Pankaj Das

পংকজ দাস পাৰিৰ অসমীয়া ভাষা সম্পাদক আৰু ইউনিচেফ অসমৰ অনুবাদক। তেওঁ আজৰি পৰত idiomabridge.blogspot.com-ত লিখে।

Author

Parth M.N.

পাৰ্থ এমএনঃ পাৰ্থ এমএন এগৰাকী পাৰি ফেল'। তেওঁ লছ এঞ্জেলছ টাইমৰ ভাৰতৰ বিশেষ সংবাদদাতা আৰু বিভিন্ন অনলাইন পৰ্টেলৰ মুক্ত সাংবাদিক। তেওঁ ক্ৰিকেট খেলি আৰু ভ্ৰমণ কৰি ভাল পায়।