দৃশ্যমান কাম, অদৃশ্য নাৰী হৈছে এক সম্পূৰ্ণৰূপে ডিজিটাইজ কৰা অনলাইন আলোকচিত্ৰ প্ৰদৰ্শনী। মূল আলোকচিত্ৰ আৰু পাঠ একলগ কৰি প্ৰস্তুত কৰা এই ভিডিঅ’টোত প্ৰকৃত প্ৰদৰ্শনীৰ ভিডিঅ’ ৰূপ চাব পাৰিব। আটাইবোৰ আলোকচিত্ৰ ১৯৯৩ৰ পৰা ২০০২ চনৰ ভিতৰত পি সাইনাথে ভাৰতৰ ১০ খন ৰাজ্য ঘূৰি তুলিছে। অৰ্থাৎ অৰ্থনৈতিক সংস্কাৰৰ প্ৰথমটো দশকত এই আলোকচিত্ৰবোৰ তোলা হৈছে আৰু ৰাষ্ট্ৰীয় গ্ৰামীণ নিয়োগ নিশ্চিতকৰণ আঁচনি মুকলি কৰাৰ দুবছৰ আগত ফটোবোৰ তোলা শেষ হৈছে।

অনুবাদ: পংকজ দাস

P. Sainath is Founder Editor, People's Archive of Rural India. He has been a rural reporter for decades and is the author of 'Everybody Loves a Good Drought' and 'The Last Heroes: Foot Soldiers of Indian Freedom'.

Other stories by P. Sainath
Translator : Pankaj Das

Pankaj Das is Translations Editor, Assamese, at People's Archive of Rural India. Based in Guwahati, he is also a localisation expert, working with UNICEF. He loves to play with words at idiomabridge.blogspot.com.

Other stories by Pankaj Das