দিল্লীৰ-দুৱাৰমুখত-কৃষকসকলৰ-বেলা-চাওঁ

Sonipat, Haryana

Mar 11, 2021

দিল্লীৰ দুৱাৰমুখত কৃষকসকলৰ 'বেলা চাওঁ'

দিল্লীৰ দুৱাৰমুখত যোৱা মাহত কৃষক আৰু তেওঁলোকৰ অসংখ্য সমৰ্থকৰ আন্দোলনে ন ধাৰাৰ বহু মূল্যৱান কবিতা আৰু গীতৰ জন্ম দিছে। এই গীত নিশ্চিত ভাবে যোৱা বহু বছৰৰ সৰ্বশ্ৰেষ্ঠ প্ৰতিবাদী গীতৰ ভিতৰত অন্যতম

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

Poojan Sahil

Author

Karwan e Mohabbat Media Team

Translator

Bhabesh Medhi

ভৱেশ মেধি এগৰাকী গুৱাহাটীস্থ সাংবাদিক। স্বাস্থ্য সম্পৰ্কীয় ৰিপ’ৰ্টিঙৰ বাবে তেখেতে দুবাৰকৈ ৰিচ্ মিডিয়া ফেলশ্বিপ লাভ কৰাৰ লগতে শিশু সম্পৰ্কীয় ৰিপ’ৰ্টিঙৰ বাবে দুবাৰকৈ ইউনিচেফফৰ ফেলশ্বিপ লাভ কৰিছে । যোগাযোগৰ ইমেইল আইডি [email protected]