দিনকৰ-আইৱালেৰ-শ্ৰমৰ-বাঁহীবিলাক

Kolhapur, Maharashtra

Aug 08, 2022

দিনকৰ আইৱালেৰ শ্ৰমৰ বাঁহীবিলাক

মহাৰাষ্ট্ৰৰ কদলিগাঁৱৰ হস্তশিল্পৰ গুৰু আৰু সংগীতজ্ঞ দীনকৰ আইৱালে নিখুঁতভাৱে বাঁহী তৈয়াৰ কৰিবলৈ জীৱনৰ ১.৫ লাখ ঘণ্টা সময় খৰছ কৰিছে - কিন্তু লকডাউন আৰু বিভিন্ন প্ৰত্যাহ্বানে তেওঁৰ হস্তশিল্প আৰু সংগীতক ম্লান পেলাইছে

Translator

Pankaj Das

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

Sanket Jain

সংকেত জৈন মহাৰাষ্ট্ৰৰ ক’লহাপুৰৰ এগৰাকী সাংবাদিক। তেওঁ ২০২২ৰ এগৰাকী জ্যেষ্ঠ ফেল’ আৰু ২০১৯ৰ পাৰি ফেল’।

Translator

Pankaj Das

পংকজ দাস পাৰিৰ অসমীয়া ভাষা সম্পাদক আৰু ইউনিচেফ অসমৰ অনুবাদক। তেওঁ আজৰি পৰত idiomabridge.blogspot.com-ত লিখে।