তৃতীয়-ঢৌৰ-কথা-ভাবিলে-বুকু-কঁপি-উঠে

Osmanabad, Maharashtra

Jan 25, 2022

‘তৃতীয় ঢৌৰ কথা ভাবিলে বুকু কঁপি উঠে’

ভয়াৱহ ক’ভিডৰ দুই ঢৌৰ ত্ৰাসৰ মাজতে মহাৰাষ্ট্ৰৰ ওচমানাবাদৰ শ্মশান এখনত দিন পাৰ কৰা মছানযোগী সম্প্ৰদায়ৰ ৰামা গাণ্ডেৱাড় আৰু তেওঁৰ পৰিয়ালবৰ্গই এতিয়া তৃতীয় ঢৌ অহাৰ শংকাত শিয়ৰি উঠে

Translator

Lonli Gogoi

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

Parth M.N.

পাৰ্থ এমএনঃ পাৰ্থ এমএন এগৰাকী পাৰি ফেল'। তেওঁ লছ এঞ্জেলছ টাইমৰ ভাৰতৰ বিশেষ সংবাদদাতা আৰু বিভিন্ন অনলাইন পৰ্টেলৰ মুক্ত সাংবাদিক। তেওঁ ক্ৰিকেট খেলি আৰু ভ্ৰমণ কৰি ভাল পায়।

Translator

Lonli Gogoi

ল’নলী গগৈ এগৰাকী মুক্ত অনুবাদক আৰু সমল লেখক। তেওঁ ইউনিভাৰ্চিটি অৱ ৱেলচৰ পৰা তথ্য ব্যৱস্থাপনা বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছে। তেওঁৰ যোগাযোগৰ ইমেইল আইডিঃ [email protected]