তিনি-দৃষ্টিহীন-সন্তানক-লৈ-সৰন্যাৰ-সপোন

Thiruvallur, Tamil Nadu

Jan 20, 2023

তিনি দৃষ্টিহীন সন্তানক লৈ সৰন্যাৰ সপোন

দৃষ্টিহীন তিনি সন্তানৰ মাতৃ সৰন্যাই তিনিওকে স্কুললৈ অনা-নিয়া কৰে। অকলশৰীয়া অভিভাৱক সৰন্যাই তাৰ বাবে গুম্মিৰিপুণ্ডিৰ পৰা চেন্নাইলৈ দৈনিক ১০০ কিলোমিটাৰ বাট বব লগা হয়

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Editor

S. Senthalir

এছ. চেন্থালিৰ এগৰাকী প্ৰতিবেদক আৰু পিপলচ্ আৰ্কাইভ অৱ ৰুৰেল ইণ্ডিয়াৰ এগৰাকী সহকাৰী সম্পাদক। তেওঁ ২০২০ৰ পাৰি ফেলো আছিল।

Translator

Pankaj Das

পংকজ দাস পাৰিৰ অসমীয়া ভাষা সম্পাদক আৰু ইউনিচেফ অসমৰ অনুবাদক। তেওঁ আজৰি পৰত idiomabridge.blogspot.com-ত লিখে।

Author

M. Palani Kumar

এম. পালানি কুমাৰ পিপলচ্ আৰ্কাই অৱ ৰুৰেল ইণ্ডিয়াৰ এগৰাকী ষ্টাফ ফটোগ্ৰাফাৰ। তেওঁ শ্ৰমিক শ্ৰেণীৰ মহিলা তথা উপান্ত শ্ৰেণীৰ লোকৰ জীৱনবোৰ আলোকচিত্ৰ আৰু প্ৰতিবেদনৰ যোগেদি তুলি ধৰাত আগ্ৰহী। পালানিয়ে ২০২১ত এমপ্লিফাই অনুদান আৰু ২০২০ত সমস্যক দৃষ্টি আৰু ফটো চাউথ এছিয়া অনুদান অনুদান লাভ কৰিছিল। ২০২২ত তেওঁ প্ৰথমটো দয়ানিধি সিং-পাৰি তথ্যচিত্ৰ আলোকচিত্ৰ বঁটা লাভ কৰিছিল। তেওঁ তামিলনাডুত হাতেকৰা চাফাই কৰ্মীৰ ওপৰত চলচ্চিত্ৰকাৰ দিব্যা ভাৰথীৰ দ্বাৰা নিৰ্মিত ‘কাকূচ’ নামৰ তথ্যচিত্ৰখনৰ চিনেমেটোগ্ৰাফি কৰিছে।