তামিলনাডুত-তলাবন্ধৰ-মাজত-পাৰাই-বাদন-লাইভ

Perambalur, Tamil Nadu

Jun 02, 2020

তামিলনাডুত তলাবন্ধৰ মাজত পাৰাই বাদন, লাইভ !

পাৰাই শিল্পী মণিমাৰন আৰু মাগিঝিনিয়ে তলাবন্ধৰ মাজতো সামাজিক গণমাধ্যমৰ যোগেদি নিজৰ কলা প্ৰদৰ্শন অব্যাহত ৰাখিছে আৰু কথা-বতৰা তথা ৰেকৰ্ড কৰা ভিডিঅ’ৰ মাধ্যমেৰে ক’ভিড-19 ক লৈ সজাগতা সৃষ্টি কৰিছে

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

Kavitha Muralidharan

কবিতা মুৰুলিধৰণ চেন্নাইৰ এগৰাকী স্বতন্ত্ৰ সাংবাদিক আৰু অনুবাদক। তেওঁ আগেয়ে ‘ইণ্ডিয়া টুডে’(তামিল)ৰ সম্পাদক আছিল। তাৰ আগেয়ে তেওঁ ‘দ্যা হিন্দু’(তামিল)ৰ প্ৰতিবেদন শাখাৰ মুৰব্বী আছিল।

Translator

Pankaj Das

পংকজ দাস পাৰিৰ অসমীয়া ভাষা সম্পাদক আৰু ইউনিচেফ অসমৰ অনুবাদক। তেওঁ আজৰি পৰত idiomabridge.blogspot.com-ত লিখে।