তলি-উদং-কৰি-আমি-হস্পিতালৰ-বিল-ভৰিলো

Beed, Maharashtra

Jun 29, 2021

‘তলি উদং কৰি আমি হস্পিতালৰ বিল ভৰিলো’

মাৰাঠৱাড়াত জনস্বাস্থ্যৰ শোচনীয় আন্তঃগাঁথনি, মহঙা ব্যক্তিগত হস্পিতাল আৰু ৰাজ্যিক স্বাস্থ্যবীমা আঁচনিৰ তেনেই সীমাবদ্ধ সুবিধাৰ ফলত ক’ভিড ৰোগী আৰু তেওঁলোকৰ পৰিয়ালবোৰ দীৰ্ঘদিনৰ বাবে ধাৰত পোত গৈছে

Translator

Pankaj Das

Want to republish this article? Please write to zahra@ruralindiaonline.org with a cc to namita@ruralindiaonline.org

Author

Parth M.N.

পাৰ্থ এমএনঃ পাৰ্থ এমএন এগৰাকী পাৰি ফেল'। তেওঁ লছ এঞ্জেলছ টাইমৰ ভাৰতৰ বিশেষ সংবাদদাতা আৰু বিভিন্ন অনলাইন পৰ্টেলৰ মুক্ত সাংবাদিক। তেওঁ ক্ৰিকেট খেলি আৰু ভ্ৰমণ কৰি ভাল পায়।

Translator

Pankaj Das

পংকজ দাস পাৰিৰ অসমীয়া ভাষা সম্পাদক আৰু ইউনিচেফ অসমৰ অনুবাদক। তেওঁ আজৰি পৰত idiomabridge.blogspot.com-ত লিখে।