টোটানা-পেটে-ভাতে-খাই-জীয়াই-থাকিব-লাগিব

Banaskantha, Gujarat

Dec 09, 2022

টোটানা: ‘পেটে-ভাতে খাই জীয়াই থাকিব লাগিব’

গুজৰাটৰ বহু কৃষক পৰিয়ালৰ দৰে ভানুবেন ভাৰৱাড়েও তেওঁৰ মাটিখিনি ২০১৭ৰ বানপানীত হেৰুৱাইছে। জলবায়ু পৰিৱৰ্তনৰ ফলত হোৱা এনে দুৰ্যোগৰ কবলত পৰি তেওঁৰ দৰে বহু পৰিয়ালে এতিয়া খাদ্যসুৰক্ষা আৰু পুষ্টিকৰ খাদ্যৰ পৰা বঞ্চিত হৈছে

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

Parth M.N.

পাৰ্থ এমএনঃ পাৰ্থ এমএন এগৰাকী পাৰি ফেল'। তেওঁ লছ এঞ্জেলছ টাইমৰ ভাৰতৰ বিশেষ সংবাদদাতা আৰু বিভিন্ন অনলাইন পৰ্টেলৰ মুক্ত সাংবাদিক। তেওঁ ক্ৰিকেট খেলি আৰু ভ্ৰমণ কৰি ভাল পায়।

Editor

Vinutha Mallya

বিনুথা মাল্যা পাৰিৰ এজন উপদেষ্টা সম্পাদক। তেওঁ ২০২২ চনৰ জানুৱাৰীৰ পৰা ডিচেম্বৰলৈ পাৰিৰ মুখ্য সম্পাদক হিচাপে কৰ্মৰত আছিল।

Translator

Pankaj Das

পংকজ দাস পাৰিৰ অসমীয়া ভাষা সম্পাদক আৰু ইউনিচেফ অসমৰ অনুবাদক। তেওঁ আজৰি পৰত idiomabridge.blogspot.com-ত লিখে।