ঝাৰখণ্ডৰ-পালামুত-আধিয়াৰতে-জীৱনৰ-আশা-বৰ্তিছে

Palamu, Jharkhand

Nov 27, 2022

ঝাৰখণ্ডৰ পালামুত আধিয়াৰতে জীৱনৰ আশা বৰ্তিছে

লকডাউনৰ কাৰণে ইটাৰ ভাতীৰ কাম নাইকিয়া হ’ল, ৰেচন শেষ, ইফালে ধাৰৰ বোজা বাঢ়ি গ’ল; এনে এক কঠিন পৰিস্থিতিত তীৰা আৰু অনিতা ভুইয়াৰ একমাত্ৰ আশা হৈছে আধিয়াৰ চুক্তিত কৰা দুই একৰ মাটিৰ ধানখেতি

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

Ujwala P.

উজ্বলা পি. বেংগালুৰুৰ এগৰাকী মুক্ত সাংবাদিক আৰু নতুন দিল্লীৰ ভাৰতীয় গণসংযোগ প্ৰতিষ্ঠান (আই.আই.এম.)ৰ ২০১৮-১৯ শিক্ষাবৰ্ষৰ স্নাতক।

Author

Ashwini Kumar Shukla

অশ্বিনী কুমাৰ শুক্লা ঝাৰখণ্ডৰ এগৰাকী মুক্ত সাংবাদিক আৰু নতুন দিল্লীৰ ভাৰতীয় গণসংযোগ প্ৰতিষ্ঠান (আই.আই.এম.)ৰ ২০১৮-১৯ শিক্ষাবৰ্ষৰ এগৰাকী স্নাতক। তেওঁ পাৰি-এম.এম.এফ.ৰ ২০২৩ৰ ফেল’।

Editors

Sharmila Joshi

শৰ্মিলা জোশী পিপলচ্ আৰ্কাইভ অৱ ৰুৰেল ইণ্ডিয়াৰ প্ৰাক্তন কাৰ্য্যবাহী সম্পাদক। তেওঁ লিখা-মেলা কৰে আৰু মাজে-সময়ে শিক্ষকতাও কৰে।

Editors

Oorna Raut

ঊৰ্ণা ৰাওত পিপলচ্ আৰ্কাইভ অৱ ৰুৰেল ইণ্ডিয়াৰ এগৰাকী গৱেষণা সম্পাদক।

Translator

Pankaj Das

পংকজ দাস পাৰিৰ অসমীয়া ভাষা সম্পাদক আৰু ইউনিচেফ অসমৰ অনুবাদক। তেওঁ আজৰি পৰত idiomabridge.blogspot.com-ত লিখে।