জয়্পুৰ-পল-ষ্টিক-নিৰ্মাণৰ-শতবছৰ

Jaipur, Rajasthan

Apr 14, 2023

জয়পুৰ প’ল’ ষ্টিক নিৰ্মাণৰ শতবছৰ

বৰ্তমান ঘোঁৰাৰ পিঠিত উঠি খেলা প’ল’ খেলুৱৈৰ সংখ্যা ভাৰতত আটাইতকৈ বেছি যদিও অশোক শৰ্মা আৰু তেওঁৰ পৰিয়ালোৱে তেওঁলোকৰ প’ল’ ষ্টিকবোৰ বেচিবলৈ কঠোৰ সংগ্ৰাম কৰিবলগীয়া হৈছে। তেওঁলোক হ’ল বাকী ৰোৱা শেষৰ কেইজন প’ল’ ষ্টিক সজা খনিকৰ, বৰ্তমান তেওঁলোকৰ সেই দক্ষতা আন প’ল’ খেলৰ বাবে ব্যৱহাৰ কৰিছে

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Reporter

Shruti Sharma

শ্ৰুতি শৰ্মা এম.এম.এফ.–পাৰি ফেল’ (২০২২-২৩)। তেওঁ কলিকতাৰ চেণ্টাৰ ফৰ ষ্টাডিজ ইন ছ’চিয়েল চায়েন্সেজত ভাৰতত খেল সামগ্ৰী তৈয়াৰীৰ সামাজিক ইতিহাস বিষয়ৰ ওপৰত পি.এইছডি-ৰ বাবে কৰ্মৰত।

Editor

Riya Behl

ৰিয়া বেহল এগৰাকী মাল্টিমিডিয়া সাংবাদিক। তেওঁ লিংগ আৰু শিক্ষা বিষয়ক প্ৰতিবেদন যুগুতায়। পিপলচ্ আৰ্কাইভ অৱ ৰুৰেল ইণ্ডিয়া‌ চমুকৈ পাৰিৰ প্ৰাক্তন জ্যেষ্ঠ সহকাৰী সম্পাদক হিচাপে তেওঁ শিক্ষাকৰ্মীৰ সৈতে লগ লাগি শিক্ষাৰ্থীৰ মাধ্যমেৰে পাৰিক শ্ৰেণীকোঠালৈ লৈ যোৱাৰ কাম কৰিছিল।

Translator

Rubee Barooah Das

ৰুবী বৰুৱা দাস উন্নয়নমূলক ক্ষেত্ৰত কাম কৰি অহা এগৰাকী জ্যেষ্ঠ সাংবাদিক তথা সাহিত্য আৰু অনুবাদৰ ছাত্ৰী। যোগাযোগৰ ইমেইল আইডি হৈছেঃ [email protected]