চেমাৰগাঁৱত-পিতৃ-পিতামহৰ-মিলনোৎসৱ

Uttar Bastar Kanker, Chhattisgarh

Jan 20, 2023

চেমাৰগাঁৱত পিতৃ-পিতামহৰ মিলনোৎসৱ

প্ৰতি চাৰি বছৰৰ মূৰে মূৰে গোণ্ড আদিবাসীসকলে ছত্তীশগড়ৰ চেমাৰগাঁৱত তেওঁলোকৰ পূৰ্বপুৰুষসকলৰ স্মৰণত এক জাকজমকীয় উৎসৱৰ আয়োজন কৰি পিতৃ-পিতামহৰ আশীৰ্বাদ লয়। ‘মৃতক’সকলো তেওঁলোকৰ উৎসৱত সমবেত হয়

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

Purusottam Thakur

পুৰুষোত্তম ঠাকুৰ ২০১৫ৰ এগৰাকী পাৰি ফেলো। তেওঁ এগৰাকী সাংবাদিক আৰু তথ্যচিত্ৰ নিৰ্মাতা। বৰ্তমান তেওঁ আজীম প্ৰেমজী ফাউণ্ডেছনত কৰ্মৰত আৰু সামাজিক পৰিৱৰ্তনৰ হেতু লিখা-মেলা কৰে।

Translator

Pankaj Das

পংকজ দাস পাৰিৰ অসমীয়া ভাষা সম্পাদক আৰু ইউনিচেফ অসমৰ অনুবাদক। তেওঁ আজৰি পৰত idiomabridge.blogspot.com-ত লিখে।