চামচুদ্দিনঃ-তিৰাশীতো-হাৰ-নমনা-এজন-যন্ত্ৰকুশলী

Belgaum, Karnataka

Dec 27, 2019

চামচুদ্দিনঃ তিৰাশীতো হাৰ নমনা এজন যন্ত্ৰকুশলী

চামচুদ্দিন মোল্লাক বেলগামৰ গাওঁবোৰত আৰু কোলহাপুৰ জিলাত ৭০ বছৰীয়া অভিজ্ঞতাসম্পন্ন মাষ্টাৰ যন্ত্ৰকুশলী বুলি জনা যায়। এই ধুলিয়ৰি কামৰ প্ৰতি তেওঁৰ দৰে খুব কম মানুহৰ আগ্ৰহ আছে, তেওঁ কয়

Translator

Pankaj Das

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

Sanket Jain

সংকেত জৈন মহাৰাষ্ট্ৰৰ ক’লহাপুৰৰ এগৰাকী সাংবাদিক। তেওঁ ২০২২ৰ এগৰাকী জ্যেষ্ঠ ফেল’ আৰু ২০১৯ৰ পাৰি ফেল’।

Translator

Pankaj Das

পংকজ দাস পাৰিৰ অসমীয়া ভাষা সম্পাদক আৰু ইউনিচেফ অসমৰ অনুবাদক। তেওঁ আজৰি পৰত idiomabridge.blogspot.com-ত লিখে।