চট্টিছগড়ত-বিপৰ্য্যস্ত-কুমাৰসকলৰ-জীৱন-জীৱিকা

Dhamtari, Chhattisgarh

Jul 16, 2022

চট্টিছগড়ত বিপৰ্য্যস্ত কুমাৰসকলৰ জীৱন-জীৱিকা

গ্ৰীষ্মকালত অন্য সময়ত তুংগত উঠা বজাৰখন লকডাউনৰ কাৰণে বন্ধ হৈ থকাত মাটিৰ পাত্ৰ নিৰ্মাণ আৰু বিক্ৰী কৰাটো ধামতাৰি নগৰৰ কুমাৰসকলৰ বাবে দুৰূহ হৈ পৰিছিল, চট্টিছগড়ৰ বজাৰ বৰ্তমান খোলা হ'ল যদিও তেওঁলোকে অনিশ্চয়তাৰে ভৰা এটা বছৰৰ আশংকাত ভীতিগ্ৰস্ত

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

Purusottam Thakur

পুৰুষোত্তম ঠাকুৰ ২০১৫ৰ এগৰাকী পাৰি ফেলো। তেওঁ এগৰাকী সাংবাদিক আৰু তথ্যচিত্ৰ নিৰ্মাতা। বৰ্তমান তেওঁ আজীম প্ৰেমজী ফাউণ্ডেছনত কৰ্মৰত আৰু সামাজিক পৰিৱৰ্তনৰ হেতু লিখা-মেলা কৰে।

Translator

Ananta Kumar Nath

অনন্ত কুমাৰ নাথ অসমৰ যোৰহাটৰ এগৰাকী মুক্ত প্ৰতিবেদক। তেওঁ পূৰ্বে আমাৰ অসম আৰু দা ইষ্টাৰ্ণ ক্ৰনিকল কাকতৰ সৈতে কাম কৰিছে। তেওঁৰ যোগাযোগৰ ইমেইল আইডি - [email protected]